Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (108.00 kb ) version to your machine and then use respective software to print the story.
Date: 12/04/2018
বাসিন্দা ব্যক্তিৰ বাবে উদাৰীকৃত প্ৰেৰণ আঁচনি (এল আৰ এছ) – লেনদেনৰ দৈনিক ৰিপোৰ্টিং

আৰবিআই/২০১৭-১৮/১৬১
এ.পি.(ডিআইআৰ চিৰিজ) চাৰ্কুলাৰ নং ২৩

১২ এপ্ৰিল, ২০১৮

প্ৰতি,
সকলো সকলো কেটেগৰী-১ কৰ্তৃত্বপ্ৰাপ্ত ডীলাৰ বেংক

মহাশয়/মহাশয়া,

বাসিন্দা ব্যক্তিৰ বাবে উদাৰীকৃত প্ৰেৰণ আঁচনি (এল আৰ এছ) – লেনদেনৰ দৈনিক ৰিপোৰ্টিং

অনুগ্ৰহ কৰি First Bi-Monthly Monetary Policy Statement 2018-19 dated April 05, 2018ৰ অংশ দ্বিতীয়ৰ পৰিচ্ছেদ ১০ত কৃত ঘোষণাৰ সন্দৰ্ভলৈ আহক।

২. বৰ্তমানে প্ৰেৰককৃত ঘোষণাৰ ভিত্তিত এ ডি বেংকবোৰৰ দ্বাৰা উদাৰীকৃত প্ৰেৰণ প্ৰণালী (এল আৰ এছ)ৰ অধীনৰ লেনদেনত অনুমতি দিয়া হৈছে। তথ্যৰ বিশ্বস্ত সূত্ৰৰ অভাৱত, স্বতন্ত্ৰ সত্যানিৰূপন অবিহনে এনে এক ঘোষণা প্ৰাপ্তিত সীমা আনুগত্য নিৰীক্ষণ আৱদ্ধ হব।

৩. নিৰীক্ষণ উন্নত কৰা আৰু এল আৰ এছ সীমাৰ সৈতে পৰিপালনো সুনিশ্চিত কৰাৰ অৰ্থে, এল আৰ এছ অন্তৰ্গত ব্যক্তিসকলৰ দ্বাৰা সমাপিত লেনদেনৰ এ ডি বেংকবোৰৰ দ্বাৰা দৈনিক ৰিপোৰ্টিং ব্যৱস্থা এটা স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে, যিটো অন্য সকলো এ ডিৰ প্ৰৱেশসাধ্য হব।

৪. তদনুযায়ী, এই চাৰ্কুলাৰ জাৰিৰ তাৰিখৰ পৰা সকলো এ ডি কেটেগৰী-১ বেংকে পৰৱৰ্ত্তী কৰ্মদিনটোৰ ব্যৱসায় সামৰণিত তেওঁলোকে সম্পাদন কৰা দৈনিক লেনদেনভিত্তিক তথ্যবোৰ আপলড কৰিব লাগিব। কোনো তথ্য দাখিল কৰিবলগীয়া নাথাকিলে, এ ডি বেংকবোৰে নিল ৰিপোৰ্ট আপলড কৰিব। এ ডি অদ্যাবধি মতে ইউ আৰু এল https://secweb.rbi.org.in/orfsxbrl/ যোগে XBRL ছাইট এক্সেছ কৰি এল আৰ এছ ডেটা চি এছ ভি ফাইল হিচাপে (কথা অসীমিত) আপলড কৰিব পাৰিব।

৫. এই চাৰ্কুলাৰত সন্নিৱিষ্ট নিৰ্দেশনাবোৰ বিদেশী মুদ্ৰা বিনিময় ব্যৱস্থাপনা আইন, ১৯৯৯ (১৯৯৯ৰ ৪২)ৰ ধাৰা-১০(৪), ১১(১) আৰু ১১(২)ৰ অধীনত আৰু অন্য কোনো আইনৰ অন্তৰ্গত আৱশ্যক হোৱা, যদি কিবা থাকে, অনুমতি/অনুমোদন অবিচাৰ অবিহনে জাৰি কৰা হৈছে।

আপোনাৰ বিশ্বাসী,

(আৰ কে মূলচান্দানী)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt