আৰবিআই/২০১৭-১৮/১৪৩ ডিবিআৰ.এএমএল.সং. ৮৫২৮/১৪.০৬.০৫৬/২০১৭-১৮
২৩ মাৰ্চ, ২০১৮
সমুহ নিয়ণ্ত্ৰক সংকায়
মহোদয়/ মহোদয়া,
গণতান্ত্ৰিক গণপ্রজাতন্ত্রী কোৰিয়া (ডিপিআৰকে) সন্দদৰ্ভত ইউএনএছছিআৰ (২০১৭) ৰ প্ৰয়োগ
২৫ মাৰ্চ, ২০১৮ তাৰিখে বিদেশ মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা আৰু ভাৰতৰ ৰাজপত্ৰত প্ৰকাশিত জাতিসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ২৩৯৭(২০১৭) সন্দদৰ্ভত গণতান্ত্ৰিক গণপ্রজাতন্ত্রী কোৰিয়া (ডিপিআৰকে)ৰ ওপৰত প্ৰয়োগ হবলগীয়া ‘আদেশ’ৰ সংলগ্নিত প্ৰতিলিপি চাওক ।
২. নিয়ণ্ত্ৰক সংকায় সমুহে (আৰই) উক্ত ৰাজপত্ৰিত জাননী মন কৰক আৰু ইয়াৰ অনুবৰ্তিতা সুনিশ্চিত কৰক ।
ভবদীয়
(ড্: এছ কে কৰ) মুখ্য মহাপ্ৰৱন্ধক অনু: – যথোক্ত
su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt