Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (91.00 kb ) version to your machine and then use respective software to print the story.
Date: 11/01/2018
ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুদৰ হাৰ সমূহ

আৰবিআই/২০১৭-১৮/১২০
ডিজিবিএ.জিবিডি.১৭৮১/১৫.০২.০০৫/২০১৭-১৮

১১ জানুৱাৰী,২০১৮

ক্ষুদ্ৰ সঞ্চয় আঁচনি সঞ্চালন কৰা সকলো এজেঞ্চী বেংকসমূহ

মহাশয়,

ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুদৰ হাৰ সমূহ

অনুগ্ৰহ কৰি উপৰোক্ত বিষয়ৰ ১২ অক্টোবৰ, ২০১৭ৰ আমাৰ পৰিপত্ৰ ডিজিবিএ.জিবিডি.৯৫৪ /১৫.০২.০০৫/২০১৭-১৮ লৈ মন কৰিব । ভাৰত চৰকাৰে কাৰ্যালয় মেমোৰেণ্ডাম(ওএম) নংএফ.০১/০৪/২০১৬- এনএচ দিনাংক ডিচেম্বৰ ২৭, ২০১৭ দ্বাৰা ২০১৭-১৮ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিক সময়ৰ বাবে ক্ষুদ্ৰ সঞ্চয় আঁচনি বিলাকৰ সুদৰ হাৰসমূহৰ বাবে নিৰ্দেশনা জাৰি কৰিছে (প্ৰতিলিপি সংলগ্ন) ।

২। উক্ত পৰিপত্ৰৰ অন্তৰ্নিহিত বিষয়বস্তু চৰকাৰী ক্ষুদ্ৰ সঞ্চয় আঁচনি সঞ্চালন কৰা সকলো বেংকৰ শাখাৰ দৃষ্টিগোচৰ কৰে যেন। তদুপৰি এই সমূহ সকলো বেংকৰ শাখাৰ জাননী ফলকত আৰি দিয়াৰ লগতে আঁচনিসমূহলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলৰ নজৰত আনে যেন ।

আপোনাৰ বিশ্বাসী

(হৰ্ষ ৱৰ্ধন)
প্ৰৱন্ধক
অনুলগ্নক : যথোক্ত

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt