Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (142.00 kb ) version to your machine and then use respective software to print the story.
Date: 31/05/2018
সকলো চৰকাৰ মালিকীস্বত্ব এন বি এফ চিলৈ থকা ৰেহাই প্ৰত্যাহাৰ

আৰবিআই/২০১৭-১৮/১৮১
ডিএনবিআৰ(পিডি)চিচি.নং০৯২/০৩.১০.০০১/২০১৭-১৮

৩১ মে, ২০১৮

সকলো চৰকাৰী এন বি এফ চি

মহাশয়/মহাশয়া,

সকলো চৰকাৰ মালিকীস্বত্ব এন বি এফ চিলৈ থকা ৰেহাই প্ৰত্যাহাৰ

কোম্পানী আইন, ২০১৩ৰ ধাৰা ২ৰ দফা (৪৫) (কোম্পানী আইন ১৯৫৬ৰ ধাৰা ৬১৭) আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকত এন বি এফ চি হিচাপে পঞ্জীভুক্ত চৰকাৰ মালিকত্ব কোম্পানীসমূহক বৰ্তমানলৈকে নিম্নোক্ত নিয়ামক আৰু বিধিগত ব্যৱস্থাসমূহৰ পৰা ৰেহাই দিয়া হৈছে-

১. আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ৪৫-১খ আৰু ধাৰা ৪৫-১গ।

২. Master Direction - Non-Banking Financial Company - Systematically important Non-Deposit taking Company (Reserve Bank) Directions, 2016 আৰু Master Direction - Non-Banking Financial Company - Systematically important Non-Deposit taking Company (Reserve Bank) Directions, 2016 (এই নিৰ্দেশনাৱলীৰ পৰিচ্ছেদ ৩৬, ৩৭ আৰু ৪১ত সন্নিৱিষ্ট ব্যৱস্থাৱলী বাদে)।

৩. Master Direction - Non-Banking Financial Companies Acceptance of Public Deposits (Reserve Bank) Directions, 2016 (এই নিৰ্দেশনাৱলীৰ পৰিচ্ছেদ ৩৬, ৩৭ আৰু ৪১ত সন্নিৱিষ্ট ব্যৱস্থাৱলী বাদে)।

২. পৰ্যালোচনা মৰ্মে, এই চাৰ্কুলাৰৰ Annex ত আভাস দিয়া সময়ৰেখা মতে এন বি এফ চি নিয়মবোৰ চৰকাৰী এন বি এফ চিত প্ৰযোজ্য কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰী এন বি এফ চিবোৰ যিবিলাকে নিজে দিয়া পথৰূপ মতে সুবিবেচনাত্মক নিয়মনৰ ইতিমধ্যে পৰিপালন কৰিছে সিবিলাকেও এইবোৰ অনুসৰণ কৰি থাকিব।

৩. আৰ বি আই আইন, ১৯৩৪ৰ উপবন্ধসমূহৰ পৰা ৰেহাই সম্পৰ্কীয় মূল নিৰ্দেশনাসমূহ, Non-Banking Financial Company - Systematically important Non-Deposit taking Company (Reserve Bank) Directions, 2016, Non-Banking Financial Company - Systematically important Non-Deposit taking Company আৰু Deposit taking Company (Reserve Bank) Directions, 2016 আৰু Non-Banking Financial Companies Acceptance of Public Deposits (Reserve Bank) Directions, 2016ৰ সেই অনুযায়ী শেহতীয়া ভিত্তিক কৰা হৈছে।

৪. এই ৰেহাই প্ৰত্যাহাৰ কৰা আৱশ্যকীয় অধিসূচনা আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ঢ-গৰ অন্তৰ্গত সুকীয়াকৈ জাৰি কৰা হ’ব।

আপোনাৰ বিশ্বাসী,

(মনোৰঞ্জন মিশ্ৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt