Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (72.00 kb ) version to your machine and then use respective software to print the story.
Date: 01/01/2018
৮% জিওআই সঞ্চয় বণ্ড (কৰযুক্ত), ২০০৩ৰ সমাপ্তি

ভাৰত চৰকাৰ
বিত্ত মন্ত্ৰালয়
অৰ্থনৈতিক বিষয় বিভাগ
বাজেট ডিভিজন (ডাব্লিউ আৰু এম শাখা)

নতুন দিল্লী ১ জানুৱাৰী,২০১৮

জাননী

৮% জিওআই সঞ্চয় বণ্ড (কৰযুক্ত), ২০০৩ৰ সমাপ্তি

No.F.4(10)-W&M/2003: ভাৰত চৰকাৰে ইয়াৰে জাননী দিছে যে ২১ মাৰ্চ,২০০৩ তাৰিখৰ Notification F.4(10)-W&M/2003 অনুযায়ী ৮% জিওআই সঞ্চয় বণ্ড (কৰযুক্ত), ২০০৩ৰ ২ জানুৱাৰী,২০১৮ মংগলবাৰে কাৰ্যালয় সমাপ্তিৰ পিচত ইয়াৰ সংগ্ৰহ বন্ধ হব।

ভাৰতৰ ৰাষ্ট্ৰপতিৰ আদেশানুযায়ী

(প্ৰশান্ত গোয়েল)
যূটিয়া সচিব (বাজেট)

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt