Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (108.00 kb ) version to your machine and then use respective software to print the story.
Date: 18/01/2018
অসম ৰাজ্যৰ নতুন জিলাৰ গঠন – লীড বেংক দায়িত্ব ন্যস্ত

আৰবিআই/২০১৭-১৮/১২২
এফআইডিডি.চিঅ.এনবিএছ.বিচি.২১০০/০২.০৮.০০১/২০১৭-১৮

১৮ ফেব্ৰুৱাৰী, ২০১৮

অধ্যক্ষ তথা পৰিচালন সঞ্চালকসকল/মুখ্য কাৰ্যকৰী বিষয়াসকল,
সকলো লীড বেংক

মহাশয়/মহাশয়া,

অসম ৰাজ্যৰ নতুন জিলাৰ গঠন – লীড বেংক দায়িত্ব ন্যস্ত

অসম চৰকাৰে ৰাজপত্ৰিত অধিসূচনাৱলী দিনাংক ২৫ জানুৱাৰী, ২০১৬, ২৬ ফেব্ৰুৱাৰী, ২০১৬ আৰু ৫ আগষ্ট, ২০১৬ যোগে অসম ৰাজ্যত আঠখন নতুন জিলা গঠনৰ সূচনা দিছিল। নতুন জিলাবোৰৰ লীড বেংক দায়িত্ব তলত বৰ্ণোৱা ধৰণে ন্যস্ত কৰিবলৈ সিদ্ধান্ত লোৱা হল-

ক্ৰমিক নং নতুনকৈ কাটি অনা জিলা পূৰ্বৰ জিলা নৱগঠিত জিলাৰ অন্তৰ্গত মহকুমা যাক লীড বেংক দায়িত্ব ন্যস্ত হৈছে নতুন জিলাৰ আবণ্টিত জিলা ৱৰ্কিং কড
নগাঁও নগাঁও কলিয়াবৰ ইউনাইটেড বেংক অব ইণ্ডিয়া ০১৪
হোজাই নগাঁও হোজাই চিভিল ইউনাইটেড বেংক অব ইণ্ডিয়া ৪০৯
শিৱসাগৰ শিৱসাগৰ নাজিৰা ইউনাইটেড বেংক অব ইণ্ডিয়া ০১২
চৰাইদেউ শিৱসাগৰ চৰাইদেউ ইউনাইটেড বেংক অব ইণ্ডিয়া ৪০৫
যোৰহাট যোৰহাট তিতাবৰ ইউনাইটেড বেংক অব ইণ্ডিয়া ০১১
মাজুলী যোৰহাট মাজুলী চিভিল ইউনাইটেড বেংক অব ইণ্ডিয়া ৪০৮
ধুবুৰী ধুবুৰী বিলাসীপাৰা উইকো বেংক ০১৯
দক্ষিণ শালমাৰা-মানকাছৰ ধুবুৰী ফকিৰাগঞ্জ জিলা পৰিষদ সমষ্টিৰ অঞ্চল বাদে আৰু বীৰসিং জাৰৱা খণ্ড তথা জামাদাৰহাট উন্নয়ন খণ্ড বহিঃভূত দক্ষিণ শালমাৰা মহকুমা ইউকো বেংক ৪০৬
শোণিতপুৰ শোণিতপুৰ তেজপুৰ, ঢেকিয়াজুলি ইউকো বেংক ০০৬
১০ বিশ্বনাথ শোণিতপুৰ গহপুৰ চিভিল, বিশ্বনাথ চিভিল আৰু চতীয়া আৰু নদুৱাৰ ৰাজহ চক্ৰৰ নাগশংকৰ মৌজা ইউনাইটেড বেংক অব ইণ্ডিয়া ৪০৭
১১ কাৰ্বি আংলং কাৰ্বি আংলং বোকাজান ষ্টেট বেংক অব ইণ্ডিয়া ০১৬
১২ ৱেষ্ট কাৰ্বি আংলং কাৰ্বি আংলং হামৰেণ চিভিল ষ্টেট বেংক অব ইণ্ডিয়া ৪০৪

২. অধিকন্তু, যদিও দুখন নতুন জিলা – ইষ্ট কামৰূপ আৰু দক্ষিণ কামৰূপ জিলাক ৰাজপত্ৰিত অধিসূচনা দিনাংক ২৬ ফেব্ৰুৱাৰী, ২০১৬ যোগে প্ৰকাশিত হৈছে, অসম চৰকাৰৰ পৰা প্ৰাপ্ত পত্ৰ অনুযায়ী এই জিলা দুখন এতিয়াও অকাৰ্যক্ষম হৈ আছে। জিলা দুখনৰ বাবে লীড বেংক দায়িত্ব সুকীয়াকৈ ন্যস্ত কৰা হব।

৩. বেংকবোৰৰ দ্বাৰা বিএছআৰ ৰিপোৰ্টিঙৰ উদ্দেশ্যে নতুন জিলাকেইখনৰ জিলা ৱৰ্কিং কোড ধাৰ্য কৰা হৈছে।

৪. অসম ৰাজ্যত অন্যান্য জিলাৰ লীড বেংক দায়িত্বত কোনো পৰিৱৰ্তন ঘটোৱা নাই।

আপোনাৰ বিশ্বাসী,

(অজয় কুমাৰ মিশ্ৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt