Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (94.00 kb ) version to your machine and then use respective software to print the story.
Date: 27/04/2017
হাৰিয়ানা ৰাজ্যত এখন নতুন জিলা গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত

আৰ বি আই/২০১৬-১৭/২৯২
এফ আই ডি ডি. চি.অ’. এল বি এছ. বি চি নং.২৮/০২.০৮.০০১/২০১৬-১৭

২৭ এপ্ৰিল,২০১৭

অধ্যক্ষ আৰু পৰিচালন সঞ্চালকসকল
সকলো লীড বেংক

মহোদয়/মহোদয়া,

হাৰিয়ানা ৰাজ্যত এখন নতুন জিলা গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত

হাৰিয়ানা চৰকাৰে ৰাজপত্ৰিত অধিসূচনা দিনাংক ১ ডিচেম্বৰ, ২০১৬যোগে হাৰিয়ানা ৰাজ্যত চাৰকী দাদ্ৰী নামেৰে এখন নতুন জিলা গঠনৰ বিষয়ে অধিসূচিত কৰিছিল। এই নতুন জিলাখনত লীড বেংকৰ দায়িত্ব তলৰ বিৱৰণী মতে পঞ্জাৱ নেশ্যনেল বেংকক ন্যস্ত কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল-

ক্ৰমিক নং নতুনকৈ গঠিত জিলা পূৰ্বৰ জিলা নতুন জিলাৰ অন্তৰ্গত মহকুমা লীড বেংকৰ দায়িত্ব ন্যস্ত জিলা নতুন জিলাক ধাৰ্য কৰা জিলা ৱৰ্কিং ক’ড
১. ভিৱানী ভিৱানী ভিৱানী, লোহাৰু, চিৱানি আৰু টৌ শ্বাম পঞ্জাৱ নেশ্যনেল বেংক ৩৫৯
২. চাৰকী দাদ্ৰী ভিৱানী বাধ্ৰা আৰু চাৰকী দাদ্ৰী পঞ্জাৱ নেশ্যনেল বেংক ৩৯৫

২. অধিকন্তু, ওপৰৰ আৰ্জাত উল্লেখিত মতে, বেংকবোৰৰ দ্বাৰা বিএছআৰ ৰিপ’ৰ্টিঙৰ উদ্দেশ্যত নতুন জিলাৰ জিলা ৱৰ্কিং ক’ডটো ধাৰ্য কৰা হৈছে।

৩. হাৰিয়ানা ৰাজ্যত অন্যান্য জিলাবোৰৰ লীড বেংক দায়িত্বত কোনো সালসলনি হোৱা নাই।

আপোনাৰ বিশ্বাসী

(অজয় কুমাৰ মিশ্ৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt