| ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীৰ পৰা কে বি চি বেংক এন.ভি.ৰ বহিৰ্ভুক্তি |
আৰ বি আই/২০১৬-১৭/২৮৮
ডি বি আৰ.নং.আৰইটি.বিচি.২৪/১২.০৭.১১৮এ/২০১৬-১৭
২০ এপ্ৰিল, ২০১৭
সকলো সূচীভূক্ত বাণিজ্যিক বেংক
মহাশয়/মহাশয়া,
ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীৰ পৰা কে বি চি বেংক এন.ভি.ৰ বহিৰ্ভুক্তি
আমি জ্ঞাপন দিওঁ যে অধিসূচনা ডিবিআৰ.আইবিডি.নং ১৬১৩৭/২৩.১৩.০৭৭/২০১৫-১৬ দিনাংক ২৪ জুন,২০১৬যোগে আৰু ভাৰতৰ ৰাজপত্ৰ (অংশ ৩ শাখা ৪) দিনাংক ২৭ আগষ্ট – ২ ছেপ্টেম্বৰ,২০১৬ত প্ৰকাশিত মতে, কেবিচি বেংক এন.ভি.ক ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীৰ পৰা বহিৰ্ভূত কৰা হৈছে।
আপোনাৰ বিশ্বাসী
(এম. জি. সুপ্ৰভাত)
উপ মহা প্ৰৱন্ধক | |