Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (86.00 kb ) version to your machine and then use respective software to print the story.
Date: 20/04/2017
“কো-অপাৰেটিভ চেণ্ট্ৰেল ৰেফেইচেন বৰেনলিন বেংক বি.এ.” নামটো ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীত “কো-অপাৰেটিভ ৰেব’বেংক ইউ এ”লৈ সলনি

আৰ বি আই/২০১৬-১৭/২৮৭
আই আৰ এফ.ডি বি আৰ.নং.আৰইটি.বিচি./২৪/১২.০৭.১১৮এ/২০১৬-১৭

২০ এপ্ৰিল, ২০১৭

সকলো সূচীভূক্ত বাণিজ্যিক বেংক

মহাশয়/মহাশয়া,

“কো-অপাৰেটিভ চেণ্ট্ৰেল ৰেফেইচেন বৰেনলিন বেংক বি.এ.” নামটো ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীত “কো-অপাৰেটিভ ৰেব’বেংক ইউ এ”লৈ সলনি

আমি জ্ঞাপন দিওঁ যে “কো-অপাৰেটিভ চেণ্ট্ৰেল ৰেফেইচেন বৰেনলিন বেংক বি.এ.”ৰ নামটো অধিসূচনা ডিবিআৰ.আইবিডি. নং ১১০৩৩/২৩.০৩.০২৭/২০১৫-১৬ দিনাংক ২৩ মাৰ্চ, ২০১৬যোগে আৰু ভাৰতৰ ৰাজপত্ৰ (অংশ ৩ আৰু শাখা ৪) দিনাংক ১৬ জুলাই, ২০১৬ত প্ৰকাশিত মতে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ দ্বিতীয় সূচীত “কো-অপাৰেটিভ ৰেব’বেংক ইউ.এ”লৈ পৰিৱৰ্তিত হৈছে।

আপোনাৰ বিশ্বাসী

(এম. জি. সুপ্ৰভাত)
উপ মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt