| বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৬কৰ উপ-ধাৰা (২) সংজ্ঞা মতে কেবিচি বেংক এন.ভিৰ বেংকিং কোম্পানী হিচাপে অবলুপ্তি |
আৰ বি আই/২০১৬-১৭/২৮৬
ডি বি আৰ.নং.আৰইটি.বিচি.২৩/১২.০৭.১১৮এ/২০১৬-১৭
২০ এপ্ৰিল, ২০১৭
সকলো সূচীভূক্ত বাণিজ্যিক বেংক
মহাশয়/মহাশয়া,
বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৬কৰ উপ-ধাৰা (২) সংজ্ঞা মতে কেবিচি বেংক এন.ভিৰ বেংকিং কোম্পানী হিচাপে অবলুপ্তি
আমি জ্ঞাপন দিওঁ যে অধিসূচনা ডিবিআৰ আই বি ডি. নং.১৬১৩৮/২৩.১৩.০৭৭/২০১৫-১৬ দিনাংক ২৪ জুন, ২০১৬যোগে আৰু ভাৰতৰ ৰাজপত্ৰ (অংশ ৩ – শাখা ৪) দিনাংক ১৩ আগষ্ট-১৯ আগষ্ট,২০১৬ত প্ৰকাশিত মতে, “কে বি চি বেংক এন.ভি.”ৰ বেংকিং বিনিয়ম আইন,১৯৪৯ৰ সংজ্ঞানুযায়ী বেংকিং কোম্পানী হিচাপে অবলুপ্তি হৈছে।
আপোনাৰ বিশ্বাসী
(এম. জি. সুপ্ৰভাত)
উপ মহা প্ৰৱন্ধক | |