Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (81.00 kb ) version to your machine and then use respective software to print the story.
Date: 20/04/2017
ভাৰতীয় ৰিজা্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীত “আবু ধাবি কমাৰ্চিয়েল বেংক লিমিটেড”ৰ নাম “আবু ধাবি কমাৰ্চিয়েল বেংক পিজেএছচি”লৈ সলনি

আৰ বি আই/২০১৬-১৭/২৮৫
ডি বি আৰ.নং আৰইটি.বিচি.২২/১২.০৭.০৫৩এ/২০১৬-১৭

২০ এপ্ৰিল, ২০১৭

সকলো সূচীভূক্ত বাণিজ্যিক বেংক

মহাশয়/মহাশয়া,

ভাৰতীয় ৰিজা্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীত “আবু ধাবি কমাৰ্চিয়েল বেংক লিমিটেড”ৰ নাম “আবু ধাবি কমাৰ্চিয়েল বেংক পিজেএছচি”লৈ সলনি

আমি জ্ঞাপন দিওঁ যে ভাৰতৰ ৰাজপত্ৰ (অংশ তৃতীয় শাখা ৪), দিনাংক ১৬ জুলাই,২০১৬ত প্ৰকাশিত অধিসূচনা ডিবিআৰ.আইবিডি নং ১৪৪২১/২৩.১৩.০২১/২০১৫-১৬ দিনাংক ৩১ মে’, ২০১৬ৰ দ্বাৰা “আবু ধাবি কমাৰ্চিয়েল বেংক লিমিটেড”ৰ নামটো ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীত “আবু ধাবি কমাৰ্চিয়েল বেংক পিজেএছচি”লৈ পৰিৱৰ্তিত কৰা হৈছে।

আপোনাৰ বিশ্বাসী

(এম. জি. সুপ্ৰভাত)
উপ মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt