Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (299.00 kb ) version to your machine and then use respective software to print the story.
Date: 06/04/2017
বেংক হাৰত পৰিৱৰ্তন

আৰ বি আই/২০১৬-১৭/২৭০
ডিবিআৰ.নং.আৰইটি.বিচি.৫৮/১২.০১.০০১/২০১৬-১৭

৬ এপ্ৰিল, ২০১৭

অধ্যক্ষ/মুখ্য কাৰ্যবাহী বিষয়া,
সকলো সূচীভুক্ত আৰু অনা সূচীভুক্ত বেংক

মহাশয়/মহাশয়া,

বেংক হাৰত পৰিৱৰ্তন

শিৰোনামিত বিষয় সম্পৰ্কে আমাৰ circular DBR.No.Ret.BC.19/12.01.001/2016-17 dated October 04,2016 সন্দৰ্ভলৈ আহে যেন।

২. First Bi-Monthly Monetary Policy Statement 2017-18 dated April 6,2017 ত ঘোষিত মতে, ৬ এপ্ৰিল,২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ বেংক হাৰবিলাক ৬.৭৫ শতাংশৰ পৰা ৬.৫০ শতাংশলৈ ২৫ বেচিছ পইণ্টকৈ সমাযোজন কৰা হৈছে।

৩. আৰক্ষা আৱশ্যিকতাৰ ঘাটিত দণ্ডহাৰবোৰো, যিবিলাক বিশেষভাৱে বেংক হাৰত সংযুক্ত, সংলগ্ন পত্ৰত উনুকিওৱাৰ দৰে সংশোধিত হৈছে।

আপোনাৰ বিশ্বাসী

(সৌৰভ সিনহা)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰৰ মতে


সংলগ্ন পত্ৰ

বেংক হাৰত সংযুক্ত দণ্ড সুদ হাৰ

বিষয় বৰ্তমানৰ হাৰ সংশোধিত হাৰ
(৬ এপ্ৰিল,২০১৭ৰ পৰা কাৰ্যকৰী)
আৰক্ষণ আৱশ্যিকতাত ন্যূনযোগ্যতাৰ দণ্ড সুদ হাৰ (ন্যূনযোগ্যতাৰ সময়ছোৱাক নিৰ্ভৰ কৰি) বেংক হাৰ যোগ ৩.০ শতাংশ পইণ্ট (৯.৭৫ শতাংশ) অথবা বেংক হাৰ যোগ ৫.০ শতাংশ পইণ্ট (১১.৭৫ শতাংশ) বেংক হাৰ যোগ ৩.০ শতাংশ পইণ্ট (৯.৫০শতাংশ) অথবা বেংক হাৰ যোগ ৫.০ শতাংশ পইণ্ট (১১.৫০শতাংশ)
 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt