Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (257.00 kb ) version to your machine and then use respective software to print the story.
Date: 30/03/2017
লীড বেংকৰ দায়িত্ব ন্যস্ত

আৰ বি আই/২০১৬-১৭/২৬২
এফআইডিডি.চিঅ’.এলবিএছ.বিচি.নং.২৬/০২.০১.০০১/২০১৬-১৭

৩০ মাৰ্চ, ২০১৭

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
এছ এল বি চি আহ্বায়ক বেংকসমূহ

মহাশয়/মহাশয়া,

লীড বেংকৰ দায়িত্ব ন্যস্ত

ভাৰতৰ ৰাজপত্ৰ অধিসূচনা দিনাংক ২২ ফেব্ৰুৱাৰী, ২০১৭যোগে ভাৰতীয় ষ্টেট বেংকত সহযোগী বেংকসমূহৰ চামিলকৰণ অধিসূচিত কৰা হৈছিল। আদেশটো ১ এপ্ৰিল,২০১৭ত কাৰ্যকৰী হৈছে।

২. সেয়ে ভাৰতীয় ষ্টেট বেংকৰ সহযোগী বেংকবিলাকে অদ্যপৰিমিত ৰখা জিলাবিলাকৰ লীড বেংক দায়িত্ববোৰ ন্যস্ত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। তদনুযায়ী, লীড বেংক দায়িত্ব তলৰ মতে ন্যস্ত হল-

ক্ৰমিক নং ৰাজ্য সহযোগী বেংক জিলা লীড বেংক দায়িত্ব ন্যস্ত বেংক
কৰ্ণাটক ষ্টেট বেংক অব মাইসোৰ ১. চামৰাজনগৰ
২. মাইসোৰ
৩. টুমকুৰ
ভাৰতীয় ষ্টেট বেংক
ষ্টেট বেংক অব হায়দৰাবাদ ৪. কোপ্পাল
৫. ৰায়পুৰ
ভাৰতীয় ষ্টেট বেংক
২. কেৰালা ষ্টেট বেংক অব ট্ৰাভাংকোৰ ১. আলাপ্পুঝা
২. কোট্টায়াম
৩. পাথানমথিট্টা
ভাৰতীয় ষ্টেট বেংক
৩. পঞ্জাৱ ষ্টেট বেংক অব পাটিয়ালা ১. বাৰ্ণালা
২. বাথিন্দা
৩. ফটেহগড় চাহিব
৪. মাঞ্চা
৫. মুক্তসৰ
৬. পাটিয়ালা
৭. সাংগ্ৰুৰ
ভাৰতীয় ষ্টেট বেংক
৪. ৰাজস্থান ষ্টেট বেংক অব বিকানেৰ এণ্ড জয়পুৰ ১. বাৰমেৰ
২. বিকানেৰ
৩. হনুমানগড়
৪. জয়শালমেৰ
৫. জালোৰ
৬. পালি
৭. ৰাজসমণ্ড
৮. সিৰহি
৯. উদয়পুৰ
ভাৰতীয় ষ্টেট বেংক
৫. তেলেংগানা ষ্টেট বেংক অব হায়দৰাবাদ ১. আদিলাবাদ
২. নিৰ্মল
৩. কোম্ৰাম ভীম
৪. কৰিমগৰ
৫. খম্মাম
৬. ভদ্ৰাদ্ৰি
৭. নালগোণ্ডা
৮. নালগোণ্ডা
৯. নিজামাবাদ
১০. জনগাঁও (নিউ)
১১. জয়াশংকৰ
১২. ৰঙ্গা ৰেড্ডী
১৩. বিকাৰাবাদ
১৪. হায়দৰাবাদ
ভাৰতীয় ষ্টেট বেংক

৩. সমগ্ৰ দেশৰ অন্যান্য জিলাৰ লীড বেংকৰ দায়িত্বত কোনো পৰিৱৰ্তন হোৱা নাই।

আপোনাৰ বিশ্বাসী

(অজয় কুমাৰ মিশ্ৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt