Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (296.00 kb ) version to your machine and then use respective software to print the story.
Date: 27/03/2017
মণিপুৰ ৰাজ্যত সাতখন নতুন জিলা গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত

আৰ বি আই/২০১৬-১৭/২৫৮
এফআইডিডি.চিঅ’.এলবিএছ.বিচি.নং.২৪/০২.০৮.০০১/২০১৬-১৭

২৭ মাৰ্চ, ২০১৭

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো লীড বেংক

মহাশয়/মহাশয়া,

মণিপুৰ ৰাজ্যত সাতখন নতুন জিলা গঠন –
লীড বেংকৰ দায়িত্ব ন্যস্ত

অনুগ্ৰহ কৰি, মণিপুৰ ৰাজ্যত গঠিত সাতখন নতুন জিলাত লীড বেংকৰ দায়িত্ব ন্যস্ত বিষয়ক circulars FIDD.CO.LBS.BC.No.23/02.08.001/2016-17 dated March 9,2017 ৰ প্ৰসঙ্গলৈ আহে যেন।

২. মণিপুৰ চৰকাৰে ৰাজপত্ৰিত অধিসূচনা দিনাংক ১৪ ডিচেম্বৰ,২০১৬যোগে সেনাপতি আৰু কাংপকপি জিলাৰ মহকুমাবোৰ সন্দৰ্ভত এক শুধৰণী জাৰি কৰিছিল তলত দিয়া মতে-

ক্ৰমিক নং নতুনকৈ কাটি উলিওৱা জিলা পূৰ্বৰ জিলা নতুনকৈ গঠিত জিলাৰ অন্তৰ্গত মহকুমা লীড বেংক দায়িত্ব নতুন জিলাক প্ৰদত্ত জিলা ৱৰ্কিং ক’ড
১. সেনাপতি সেনাপতি ১. টাডুৰি, ২. পাওমাতা, ৩. পুৰুল, ৪. ৱিল্লং, ৫. চিলিভাই ফাইবুং, ৬. মং-মং আৰু ৭. লাইৰৌচিং ভাৰতীয় ষ্টেট বেংক ১৫০
২. কাংপকপি সেনাপতি ১. কাংপকপি, ২. চামফাই, ৩. মাইটু গামফাজল, ৪. কাংচুপ গেলজাং, ৫. টুইজাং ৱাইচং, ৬. চাইকুল, ৭. লুংটিন, ৮. ইচলেণ্ড আৰু ৯. বুংটে চিৰু ভাৰতীয় ষ্টেট বেংক ৩৮৮

৩. ওপৰোক্ত circular dated March 9, 2017 ত অন্য কোনো পৰিৱৰ্তন হোৱা নাই।

আপোনাৰ বিশ্বাসী

(অজয় কুমাৰ মিশ্ৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt