Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (243.00 kb ) version to your machine and then use respective software to print the story.
Date: 24/03/2017
সকলো এজেন্সি বেংক ২৫ মাৰ্চ, ২০১৭ৰ পৰা ১ এপ্ৰিল,২০১৭লৈ ৰাইজৰ বাবে খোলা থাকিব

আৰ বি আই/২০১৬-১৭/২৫৬
ডি বি আৰ.নং এলইজি.বিচি.৫৫/০৯.০৭.০০৫/২০১৬-১৭

২৪ মাৰ্চ, ২০১৭

সকলো এজেন্সি বেংক

মহাশয়/মহাশয়া,

সকলো এজেন্সি বেংক ২৫ মাৰ্চ, ২০১৭ৰ পৰা ১ এপ্ৰিল,২০১৭লৈ ৰাইজৰ বাবে খোলা থাকিব

ভাৰত চৰকাৰে দিহা দিছে যে চৰকাৰী প্ৰাপ্তি আৰু প্ৰদান কাম-কাজৰ সূচলাৰ্থে সকলো প্ৰদান আৰু একাউণ্টছ কাৰ্যালয় ১ এপ্ৰিল,২০১৭ পৰ্যন্ত সকলো দিনতে খোলা ৰাখিব লাগে। সেইমতে সকলো এজেন্সি বেংকক চৰকাৰী ব্যৱসায় সম্পাদনত জড়িত শাখাসমূহ চলিত বিত্তীয় বৰ্ষৰ সকলো দিনত আৰু ১ এপ্ৰিল,২০১৭ত (শনিবাৰ, ৰবিবাৰ আৰু সকলো বন্ধৰ দিনত) খোলা ৰাখিবলৈ কোৱা হ’ল।

এই দিনবিলাকত ওপৰুক্ত সেৱাবোৰ উপলব্ধ থকাৰ বিষয়ে বেংকবিলাকে সমুচিত প্ৰচাৰ কৰিব।

আপোনাৰ বিশ্বাসী

(ৰাজেন্দ্ৰ কুমাৰ)
মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt