Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (76.00 kb ) version to your machine and then use respective software to print the story.
Date: 09/03/2017
নগদ আকাৰত ঋণ ৰাশিৰ বিতৰণ

আৰ বি আই/২০১৬-১৭/২৪৫
ডিএনবিআৰ.(পিডি)চিচি.নং ০৮৬/০৩.১০.০০১/২০১৬-১৭

৯ মাৰ্চ, ২০১৭

সমূহ এন বি এফ চি

মহাশয়/মহাশয়া,

নগদ আকাৰত ঋণ ৰাশিৰ বিতৰণ

অনা-বেংকিং বিত্তীয় কোম্পানী – অপ্ৰণালীবদ্ধভাৱে গুৰুত্বপূৰ্ণ অনা-জমা লোৱা কোম্পানী (ৰিজাৰ্ভ বেংক) নিৰ্দেশনা, ২০১৬ আৰু অনা-বেংকিং কোম্পানী – প্ৰণালীবদ্ধভাৱে গুৰুত্বপূৰ্ণ অনা-জমা লোৱা কোম্পানী আৰু জমা লোৱা কোম্পানী (ৰিজাৰ্ভ বেংক) নিৰ্দেশনা, ২০১৬ৰ দফা ৩৭(iii)(খ)ত দিয়া নিৰ্দেশবোৰৰ প্ৰসঙ্গলৈ দৃষ্টিগোচৰ কৰা হ’ল যিবোৰত কোৱা হৈছিল যে ১ লাখ টকা আৰু তাৰ অধিক টকাৰ সোণৰ বিপৰীতে উচ্চ মূল্যৰ ঋণবোৰ কেৱল চেকযোগেহে বিতৰণ কৰিব লাগিব।

২. পুনৰীক্ষণ আৰু আয়কৰ আইন,১৯৬১ৰ ধাৰা ২৬৯এছএছ আৰু ২৬৯টিৰ অন্তৰ্গত জাৰি কৰা আয়কৰ আইন, ১৯৬১ৰ অধীনৰ আৱশ্যকতাবোৰ সকলো এনবিএফচিৰ ক্ষেত্ৰত তত্কালে কাৰ্যকৰী হোৱাকৈ প্ৰযোজ্য হ’ব। বৰ্তমানে আয়কৰ আইন, ১৯৬১ৰ অধীনত সংশ্লিষ্ট অভিগমন ২০ হাজাৰ টকা।

৩. সেইমতে, ওপৰোক্ত মূল নিৰ্দেশনাৰ ৩৭(iii)(খ) দফাটো বাদ হৈছে আৰু ১০৪ আৰু ১১৭ত ওপৰোক্ত উপলব্ধ সন্নিৱিষ্ট হৈছে।

৪. শেহতীয়া Non-Banking Financial Company – Systematically Important Non-Deposit taking Company and Deposit taking Company (Reserve Bank) Directions, 2016 আৰু Non-Banking Financial Company – Non-Systematically Important Non-Deposit taking Company (Reserve Bank) Directions, 2016 সংলগ্ন কৰা হ’ল।

আপোনাৰ বিশ্বাসী,

(চি.ভি. শ্ৰীনিবাসন)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt