“ৰয়েল বেংক অব স্কটলেণ্ড পিএলচি”ক ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ দ্বিতীয় সূচীত অন্তৰ্ভুক্ত |
আৰ বি আই/২০১৬-১৭/২৪৪
ডিবিআৰ.নং আৰইটি.বিচি. ৫৪/১২.০৭.১৫০/২০১৬-১৭
৯ মাৰ্চ, ২০১৭
সকলো সূচীভুক্ত বাণিজ্যিক বেংক
মহাশয়/মহাশয়া,
“ৰয়েল বেংক অব স্কটলেণ্ড পিএলচি”ক ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ
দ্বিতীয় সূচীত অন্তৰ্ভুক্ত আমি জ্ঞাপন কৰিলো যে অধিসূচনা ডিবিআৰ.আইবিডি. নং ৩৮৭৮/২৩.১৩.০২০/২০১৬-১৭ দিনাংক ২৯ ছেপ্টেম্বৰ, ২০১৬ যোগে আৰু দিনাংক জানুৱাৰী ২১-জানুৱাৰী ২৭ত প্ৰকাশিত ভাৰতৰ ৰাজপত্ৰ (অংশ III – ধাৰা ৪)ত প্ৰকাশিত মতে, “ৰয়েল বেংক অব স্কটলেণ্ড পিএলচি” ক ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় অনুসূচীত অন্তৰ্ভুক্ত হৈছে।
আপোনাৰ বিশ্বাসী,
(এম.জি. সুপ্ৰভাত)
উপ মহা প্ৰৱন্ধক
|
|