| “কেপিটেল স্মল ফাইনেন্স বেংক লিমিটেড”ক Second Schedule to the Reserve Bank of India Act, 1934 ত অন্তৰ্ভুক্তি |
আৰ বি আই/২০১৬-১৭/২৩১
ডি বি আৰ. নং আৰ ই টি. বি. চি. ৫১/১২.০৭.১৪৫এ/২০১৬-১৭
১৬ ফেব্ৰুৱাৰী, ২০১৭
সকলো সূচীভুক্ত বাণিজ্যিক বেংক
মহাশয়,
“কেপিটেল স্মল ফাইনেন্স বেংক লিমিটেড”ক Second Schedule to the Reserve
Bank of India Act, 1934 ত অন্তৰ্ভুক্তি
আমি জনাও যে অধিসূচনা ডিবিআৰ.পিএছবিডি.নং ৫২০১/১৬.০২.০০১/২০১৬-১৭ দিনাংক ৮ নৱেম্বৰ, ২০১৬যোগে আৰু ভাৰতৰ ৰাজপত্ৰ (অংশ III-ধাৰা ৪) দিনাংক ৪ ফেব্ৰুৱাৰী, ২০১৭ত প্ৰকাশিত মতে “কেপিটেল স্মল ফাইনেন্স বেংক লিমিটেড” ক ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ দ্বিতীয় অনুসূচিত অন্তৰ্ভুক্ত কৰা হৈছে।
আপোনাৰ বিশ্বাসী,
(এম. জি সুপ্ৰভাত)
উপ মহা প্ৰৱন্ধক |
|