| “ইকুইটাছ স্মল ফাইনেন্স বেংক লিমিটেড”ক Second Schedule to the Reserve Bank of India Act, 1934 ত অন্তৰ্ভুক্তি |
আৰ বি আই/২০১৬-১৭/২৩০
ডি বি আৰ. নং আৰ ই টি. বি. চি. ৫২/১২.০৭.১৪৩এ/২০১৬-১৭
১৬ ফেব্ৰুৱাৰী, ২০১৭
সকলো সূচীভুক্ত বাণিজ্যিক বেংক
মহাশয়/মহাশয়া,
“ইকুইটাছ স্মল ফাইনেন্স বেংক লিমিটেড”ক Second Schedule to the
Reserve Bank of India Act, 1934 ত অন্তৰ্ভুক্তি
আমি জনাও যে অধিসূচনা ডিবিআৰ.পিছবিডি.নং ৭১৪৪/১৬.০২.০০২/২০১৬-১৭ দিনাংক ২৩ ডিচেম্বৰ,২০১৬যোগে আৰু ভাৰতৰ ৰাজপত্ৰ (অংশ III-ধাৰা ৪) দিনাংক ৪ ফেব্ৰুৱাৰী, ২০১৭ত প্ৰকাশিত মতে “ইকুইটাছ স্মল ফাইনেন্স বেংক লিমিটেড” ক ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ দ্বিতীয় অনুসূচিত অন্তৰ্ভুক্ত কৰা হ’ল।
আপোনাৰ বিশ্বাসী,
(এম. জি সুপ্ৰভাত)
উপ মহা প্ৰৱন্ধক |
|