Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (98.00 kb ) version to your machine and then use respective software to print the story.
Date: 31/03/2016
গল্ড মৌদ্ৰিকৰণ আঁচনি, ২০১৫

আৰ বি আই/২০১৬-১৭/৩৫৩
ডিবিআৰ.আইবিডি.বিচি ৮৯/২৩.৬৭.০০১/২০১৫-১৬

৩১ মাৰ্চ, ২০১৬

সকলো সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাদে)

মহাশয়/মহাশয়া,

গল্ড মৌদ্ৰিকৰণ আঁচনি, ২০১৫

বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫(ক)ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়ে যে ভাৰতীয় ৰিজাৰ্ভ বেংক (স্বৰ্ণ মৌদ্ৰিকৰণ আঁচনি, ২০১৫) Master Direction No DBR.IBD.No. 45/23.67.003/2015-16 dated October 22, 2015 খন তলৰ ধৰণে সালসলনি কৰা হৈছেঃ

বৰ্তমানৰ উপ-দফা ২.২.২(v)টো সংশোধিত নিম্নোক্ত ধৰণে পঠিত হৈছেঃ

এম এল টি জি ডিৰ ক্ষেত্ৰত পৰিপক্কতাত মূলধনৰ বিমোচন, জমাকাৰীৰ ইচ্ছাত, জমা কৰা সোণখিনিৰ সমমূল্যৰ ভাৰতীয় টকাত অথবা সোণত, বিমোচনৰ সময়ত হ’ব। সোণৰ জমাকৃত বিমোচনৰ ক্ষেত্ৰত, আই এন আৰৰ হিচাপত আনুমানিক বিমোচনৰাশিৰ ০.২ শতাংশ হাৰত, জমাকাৰীৰ পৰা প্ৰশাসনিক মাচুল সংগ্ৰহ কৰিব। অৱশ্যে এম এল টি ডিত জমা হোৱা সুদখিনি, জমাৰ সময়ত ভাৰতীয় টকাৰ হিচাপত সোণৰ মূল্যৰ আধাৰত গণনা কৰা হ’ব আৰু কেৱল নগদহে দিয়া হ’ব।

আপোনাৰ বিশ্বাসী,

(ৰাজিন্দৰ কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt