Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (98.00 kb ) version to your machine and then use respective software to print the story.
Date: 30/12/2016
ইলেকট্ৰনিক প্ৰদানত উদগণি যোগাবলৈ বিশেষ ব্যৱস্থা – সময় বৃদ্ধি

আৰ বি আই/২০১৬-১৭/২০৩
ডি পি এছ এছ. চি অ. পি ডি নং ১৬৬৯/০২.১৪.০০৬/২০১৬-১৭

৩০ ডিচেম্বৰ, ২০১৬

সকলো প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট ইছ্যুৱাৰ্চ চিষ্টেম প্ৰভাইডাৰ্ছ, চিষ্টেম পাৰ্টিচিপেণ্টছ আৰু অন্যান্য সকলো সম্ভাৱ্য প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট ইছ্যুৱাৰ্ছ

মহাশয়া/মহাশয়,

ইলেকট্ৰনিক প্ৰদানত উদগণি যোগাবলৈ বিশেষ ব্যৱস্থা – সময় বৃদ্ধি

ন্যূনতম সবিশেষেৰে জাৰি কৰা অৰ্দ্ধ-বন্ধ পিপিআইবোৰৰ উৰ্দ্ধসীমা বৃদ্ধি আৰু পিপিআই ব্যৱহাৰ কৰা ক্ষুদ্ৰ বেপাৰীৰ বাবে বিশেষ বিতৰণৰ দিহা দিয়া Circular DPSS. CO. PD. No. 1288/02.14.006/2016-17 dated November 22, 2016 ৰ উল্লেখ লয় যেন।

২. দেশত প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (পিপিআই) জাৰিৰ (সন্দৰ্ভ Press Release dated September 2, 2016) নিৰ্দেশনামা আৰু পৰিগাঠনিৰ বিস্তৃত পুনৰীক্ষণৰ বাবে বেংকে লোৱা ব্যৱস্থা বিবেচনা কৰি, পিপিআই নিৰ্দেশনামাৰ পুনৰীক্ষণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ওপৰত উল্লেখিত চাৰ্কুলাৰ অধিসূচীত ব্যৱস্থাৱলী সম্প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

৩. Payment and Settlement Systems Act, 2007 (২০০৭ৰ আইন ৫১)ৰ ধাৰা ১০(২) সমন্বিতে ধাৰা ১৮ৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হল।

আপোনাৰ বিশ্বাসী,

(নিলিমা ৰামটেকে)
মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt