Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (218.00 kb ) version to your machine and then use respective software to print the story.
Date: 16/12/2016
বিদেশী নাগৰিকলৈ বিনিময় সুবিধা

আৰ বি আই/২০১৬-১৭/১৮৬
এ.পি. (ডি আই আৰ শৃংখলা) চাৰ্কুলাৰ নং ২২

১৬ ডিচেম্বৰ,২০১৬

প্ৰতি,

সকলো কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তি

মহাশয়/মহাশয়া,

বিদেশী নাগৰিকলৈ বিনিময় সুবিধা

বিদেশী নাগৰিকক ১৫ ডিচেম্বৰ, ২০১৬ পৰ্যন্ত প্ৰতি সপ্তাহত ৫০০০ টকা সীমাৰে ভাৰতীয় মুদ্ৰাৰে বিদেশী মুদ্ৰা বিনিময় কৰিবলৈ দিয়া A.P. (DIR Series) Circular No. 20 dated 25 November, 2016 ত সন্নিৱিষ্ট বিষয়ৰ প্ৰতি কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিসকলৰ মনোযোগ আকৰ্ষণ কৰা হ’ল-

২. পুনৰীক্ষণান্তত এই মৰ্মে সিদ্ধান্ত লোৱা হল যে A.P. (DIR Series) Circular No. 20 dated 25 November, 2016 ত সন্নিৱিষ্ট নিৰ্দেশাৱলী ৩১ ডিচেম্বৰ, ২০১৬ পৰ্যন্ত বাহাল থাকিব।

৩. কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিসকলে ওপৰোক্ত নিৰ্দেশাৱলী অনুসৰণ কৰিব আৰু এই চাৰ্কুলাৰ বিষয়বস্তু তেওঁলোকৰ নিয়োজকসকলৰ দৃষ্টিগোচৰ কৰিব।

৪. এই চাৰ্কুলাৰত সন্নিৱিষ্ট নিৰ্দেশাৱলী বিদেশী মুদ্ৰা বিনিয়ম আইন, ১৯৯৯ (১৯৯৯ৰ ৪২)ৰ ধাৰা ১০(৪) আৰু ধাৰা ১১(১)ৰ অধীনত জাৰি কৰা হৈছে আৰু অন্য কোনো আইনৰ অধীনত আৱশ্যক হব পৰা অনুমতি/অনুমোদনৰ পক্ষপাতিত্ব অবিহনে হৈছে।

আপোনাৰ বিশ্বাসী,

(শেখৰ ভাটনগৰ)
ভাৰপ্ৰাপ্ত মুখ্য মহা প্ৰৱন্ধক

 

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt