Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (76.00 kb ) version to your machine and then use respective software to print the story.
Date: 03/01/2017
বিদেশী নাগৰিকসকললৈ বিনিময় সুবিধা

আৰ বি আই/২০১৬-১৭/২০৮
এ.পি. (ডি আই আৰ শৃংখলা) চাৰ্কুলাৰ নং ২৪

৩ জানুৱাৰী ২০১৭

প্ৰতি,

সকলো কৰ্তৃত্বশীল ব্যক্তি

মহাশয়া/মহাশয়,

বিদেশী নাগৰিকসকললৈ বিনিময় সুবিধা

বিদেশী নাগৰিকসকলক ১৫ ডিচেম্বৰ, ২০১৬লৈকে প্ৰতি সপ্তাহত ৫০০০ টকাৰ সীমাৰে ভাৰতীয় পত্ৰমুদ্ৰাৰে বিদেশী বিনিময়যোগ্য মুদ্ৰা বিনিময় কৰিবলৈ অনুমতি দিয়া A.P.(DIR Series) Circular No.20 dated November 25, 2016 আৰু A.P. (DIR Series) Circular No.22 dated December 16, 2016 দিনাংক ৩১ ডিচেম্বৰ, ২০১৬ যোগে কৰা সম্প্ৰসাৰণৰ প্ৰতি কৰ্তৃত্বশীল ব্যক্তিসকলৰ দৃষ্টি আকৰ্ষণ কৰা হল।

২. পৰ্যালোচনা কৰি সিদ্ধান্ত লোৱা হল যে A.P.(DIR Series) Circular No.20 dated November 25, 2016 ত দিয়া নিৰ্দেশাৱলী ৩১ জানুৱাৰী, ২০১৭লৈ বাহাল থাকিব।

৩. কৰ্তৃত্বশীল ব্যক্তিসকলে ওপৰৰ নিৰ্দেশাৱলী অনুসৰণ কৰিব আৰু ইয়াৰ বিষয়বস্তু তেওঁলোকৰ নিয়োজকসকলৰ দৃষ্টিগোচৰ কৰিব।

৪. এই চাৰ্কুলাৰত সন্নিৱিষ্ট নিৰ্দেশাৱলী বিদেশী বিনিময় ব্যৱস্থাপনা আইন, ১৯৯৯ (১৯৯৯ৰ ৪২)ৰ ধাৰা ১০(৪) আৰু ধাৰা ১১(১) অধীনত জাৰি কৰা হৈছে আৰু অন্যান্য আইনৰ অধীনত আৱশ্যক হব পৰা অনুমতি/অনুমোদনৰ হীন-দেঢ়ি অবিহনে কৰা হৈছে।

আপোনাৰ বিশ্বাসী,

(শেখৰ ভাটনগৰ)
প্ৰভাৰী মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt