Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (55.00 kb ) version to your machine and then use respective software to print the story.
Date: 24/11/2016
নিৰ্দিষ্ট বেংকনোটৰ প্ৰত্য়াহাৰ – পেন্সনাৰ আৰু সশস্ত্ৰ বাহিনীৰ ব্যক্তিৰ বাবে নগদ আৱশ্যকতা

আৰ বি আই/২০১৬-১৭/১৫৪
ডিচিএম (পিএলজি) নং ১৩৪৮/১০.২৭.০০/২০১৬-১৭

২৪ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংকসমূহ/জিলা কেন্দ্ৰীয় সমবায় বেংক

মহাশয়/মহাশয়া

নিৰ্দিষ্ট বেংকনোটৰ প্ৰত্য়াহাৰ – পেন্সনাৰ আৰু সশস্ত্ৰ বাহিনীৰ ব্যক্তিৰ বাবে নগদ আৱশ্যকতা

নিৰ্দিষ্ট বেংক নোটৰ (এছ বি এনৰ) বৈধমুদ্ৰা বৈশিষ্ট্য় প্ৰত্যাহাৰৰ পৰিপ্ৰেক্ষিতত চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ দৰমহা/পেন্সন ইলেকট্ৰনিক প্ৰদানৰ পাছত তেওঁলোকৰ পৰা নগদৰ বাবে দাবী বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

২. বেংকবিলাকক সেয়ে এই নগদৰ সম্ভাৱ্য দাবী চম্ভালিব পৰাকৈ নিম্নোক্ত ধৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিহা দিয়া হল-

১. পেন্সনাৰসকলৰ আৱশ্যকতাখিনিৰ জোৰা মাৰিব পৰাকৈ পৰ্যাপ্ত নগদ উপলব্ধ কৰা,

২. সশস্ত্ৰ বাহিনীৰ নগদ আৱশ্যকতা পূৰাবৰ কাৰণে সামৰিক চকীবোৰত পৰ্যাপ্ত নগদ যোগান ধৰা।

আপোনাৰ বিশ্বাসী

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt