Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (210.00 kb ) version to your machine and then use respective software to print the story.
Date: 16/11/2016
বেংকিং অধিনিয়ম আইন,১৯৪৯ –ব্ৰান্স লাইচেন্সিং সম্পৰ্কে মাষ্টাৰ চাৰ্কুলাৰ – পিয়ল তথ্য ২০১১

আৰবিআই/২০১৬-১৭/১৩৪
ডিবিআৰ.আৰআৰবি.বিচি.নং৩৬/৩১.০১.০০২/২০১৬-১৭

১৬ নৱেম্বৰ,২০১৬

সকলো আঞ্চলিক গ্ৰামীণ বেংক

মহাশয়/মহাশয়া,

বেংকিং অধিনিয়ম আইন,১৯৪৯ –ব্ৰান্স লাইচেন্সিং সম্পৰ্কে মাষ্টাৰ চাৰ্কুলাৰ – পিয়ল তথ্য ২০১১

অনুগ্ৰহপূৰ্বক শাখা অনুজ্ঞান সম্পৰ্কীয় আমাৰ মাষ্টাৰ চাৰ্কুলাৰ ডিবিআৰ.চিঅ.আৰআৰবি.বিএল.বিচি নং১৭/৩১.০১.০০২/২০১৫-১৬ দিনাংক ১ জুলাই,২০১৫ উনুকিয়াওক। যিহেতু ২০১১ৰ পিয়ল তথ্যসমূহ ৰাজহুৱা জ্ঞাপনত উপলব্ধ, আঞ্চলিক গ্ৰামীণ বেংকসমূহক সকলো শ্ৰেণী বিভক্তিকৰণৰ উদ্দেশ্যত পিয়ল,২০১১ অনুসৰণ কৰিবলৈ কোৱা হল। পিয়ল ২০১১ক ভিত্তি কৰি টিয়েৰ ভিত্তিক জনসংখ্যা গোট, স্বল্প বেংকযুক্ত ৰাজ্যসমূহৰ স্পল্প বেংকবিশিষ্ট জিলাসমূহৰ তালিকা আৰু অন্যান্য ৰাজ্যৰ স্বল্প বেংকবিশিষ্ট জিলাবোৰৰ তালিকা সংলগ্নপত্ৰ ১, , আৰু ত দিয়া হল।

আপোনালোকৰ বিশ্বাসী

(এছ.এছ. বাৰিক)
ভাৰপ্ৰাপ্ত মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰত উল্লেখ মতে

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt