আৰ বি আই/২০১৬-১৭/১৯১ ডিচিএম.(পিএলজি) নং ১৯১১/১০.২৭.০০/২০১৬-১৭
২১ ডিচেম্বৰ,২০১৬
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক
মহাশয়/মহাশয়া,
প্ৰচলিত ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ (নিৰ্দিষ্ট বেংক নোটৰ) বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – বেংক একাউণ্টত নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ জমা - সালসলনি
অনুগ্ৰহ কৰি আমাৰ Circular DMD(Plg)No.1859/10.27.00/2016-17 dated December 19, 2016 ৰ সন্দৰ্ভলৈ আহে যেন। ওপৰোক্তৰ পৰ্যালোচনা কৰি আমি দিহা দিওঁ যে ওপৰৰ চাৰ্কুলাৰৰ উপ-দফা (i) আৰু (ii)ত প্ৰদত্ত প্ৰাৱধানসমূহ সম্পূৰ্ণ কে ৱাই চি নমনীয় একাউণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য নহব।
২. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰিব।
আপোনাৰ বিশ্বাসী,
(পি. বিজয় কুমাৰ) মুখ্য মহা প্ৰৱন্ধক
su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt