আৰবিআই/২০১৬-১৭/৯৪
ডিবিআৰ.চিআইডি.বিচি.২৭/২০.১৬.০৪০/২০১৬-১৭
২০ অক্টোবৰ, ২০১৬
সকলো ঋণদানকাৰী প্ৰতিষ্ঠান
মহাশয়/মহাশয়া,
পঞ্জীয়ন প্ৰমাণপত্ৰৰ মঞ্জুৰি
ঋণ তথ্যৰ ব্যৱসায় চলাই যোৱাৰ বাবে
এক্সপেৰিয়ান ক্ৰেডিট ইনফৰমেশ্যন কোম্পানী অব ইণ্ডিয়া
প্ৰাইভেট লিমিটেড (ই চি আই চি আই)
অনুগ্ৰহ কৰি আমাৰ চাৰ্কুলাৰ ডিবিঅডি নং ডিআই.১৫২১৪/২০.১৬.০৪২/২০০৯-১০ দিনাংক ০৪ মাৰ্চ,২০১০ত এক্সপেৰিয়ান ক্ৰেডিট ইনফৰমেশ্যন কোম্পানী অব ইণ্ডিয়া লিমিীটেড (ই চি আই চি আই)ক পঞ্জীয়ন প্ৰমাণ-পত্ৰ মঞ্জুৰি সন্দৰ্ভত চাওক।
২. কোম্পানীটোৱে ইতিমধ্যে ইয়াৰ কাৰ্যালয় অন্য ঠাইলৈ স্থানান্তৰিত কৰিছে। সেই অনুযায়ী ঋণদান তথ্যৰ ব্যৱসায় চলাই যোৱাৰ বাবে ইয়াক আমি ২০ অক্টোবৰ,২০১৬ত নতুন পঞ্জীয়ন প্ৰমাণ-পত্ৰ প্ৰদান কৰিছো। কোম্পানীটোৰ নতুন ঠিকনা তলত দিয়া হল-
এক্সপেৰিয়ান ক্ৰেডিট ইনফৰমেশ্যন কোম্পানী অব ইণ্ডিয়া লিমিটেড,
ইকুইনক্স বিজিনেছ পাৰ্ক
পঞ্চম মহলা, ইষ্ট উইং টাৱাৰ থ্ৰী,
এল বি এছ মাৰ্গ, কুৰ্লা (ৱেষ্ট)
মুম্বাই-৪০০০৭০
আপোনাৰ বিশ্বাসী
(ৰাজিন্দৰ কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক |