Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (54.00 kb ) version to your machine and then use respective software to print the story.
Date: 25/11/2016
নগদ উঠোৱা – সাপ্তাহিক সীমা

আৰ বি আই/২০১৬-১৭/১৫৮
ডিচিএম (পিএলজি) নং ১৪২৪/১০.২৭.০০/২০১৬-১৭

২৫ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক

মহাশয়/মহাশয়া

নগদ উঠোৱা – সাপ্তাহিক সীমা

অনুগ্ৰহ কৰি আমাৰ ১৩ নৱেম্বৰ আৰু ১৪ নৱেম্বৰ, ২০১৬ দিনাংকৰ Circulars DCM (Plg) Nos. 1272/10.27.00.2016-17 আৰু 1273/10.27.00/2016-17ৰ সন্দৰ্ভলৈ আহে যেন।

বেংকসমূহক ইয়াৰ দ্বাৰা দিহা দিয়া হল যে তেওঁলোকে নিজ নিজ বৰ্তমানৰ গ্ৰাহকসকলক, পৰৱৰ্ত্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত প্ৰতি সপ্তাহত ২৪,০০০ টকা পৰ্যন্ত নিজা একাউণ্টৰ পৰা নগদ উঠাবলৈ দিব পাৰে। উক্ত সীমাত, আমাৰ Circular DCM (plg) No. 1304/10.27.00/2016-17 dated November 20, 2016 ত বান্ধি দিয়া মতে এটিএমৰ পৰা উঠোৱা ৰাশিও অন্তৰ্ভুক্ত হব।

২. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনাৰ বিশ্বাসী

(সুমন ৰয়)
মহা প্ৰৱন্ধক


 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt