Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (58.00 kb ) version to your machine and then use respective software to print the story.
Date: 22/11/2016
বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – বিবাহ উত্সৱ উদযাপনৰ বাবে নগোদ উঠোৱা সালসলনি

আৰ বি আই/২০১৬-১৭/১৪৯
ডিচিএম (পিএলজি) নং ১৩৪৬/১০.২৭.০০/২০১৬-১৭

২২ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংকসমূহ

মহাশয়/মহাশয়া

বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – বিবাহ উত্সৱ উদযাপনৰ বাবে নগোদ উঠোৱা সালসলনি

অনুগ্ৰহ কৰি আমাৰ Circular No.DCM (plg) No. 1320/10.27.00/2016-17 dated November 21, 2016 উনুকিয়াওক। ওপৰিউক্ত চাৰ্কুলাৰৰ অনুচ্ছেদ ২ৰ ৬(গ)ত থকা নিৰ্দেশনাবোৰ সালসলনি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে তলত দিয়া ধৰণে-

নগদ উঠোৱা টকাৰে প্ৰদান কৰিবলৈ ,বিচৰা লোকসকলৰ বিস্তৃত তালিকা সমন্বিতে সেইসকল ব্যক্তিৰ বেংক একাউণ্টে নাই বুলি কৰা এক ঘোষণা, যি ক্ষেত্ৰত পৰিশোধ কৰিবলৈ বিচৰা ৰাশিৰ পৰিমাণ ১০,০০০ টকা বা ততোধিক। যি উদ্দেশ্যত প্ৰদানখিনি কৰিব বিচৰা হৈছে তাৰ আভাসো তালিকাখনত থাকিব লাগিব।

আপোনাৰ বিশ্বাসী

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt