Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (56.00 kb ) version to your machine and then use respective software to print the story.
Date: 17/11/2016
বৰ্তমানৰ ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – কাউণ্টাৰেদি বিনিময়

আৰ বি আই/২০১৬-১৭/১৩৯
ডিচিএম (পিএলজি) নং ১৩০২/১০.২৭.০০/২০১৬-১৭

১৭ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংকসমূহ

মহাশয়/মহাশয়া

বৰ্তমানৰ ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – কাউণ্টাৰেদি বিনিময়

অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ Circular No.DCM (plg) No. 1226/10/27/00/2016-17 dated November 08, 2016 ৰ উল্লেখ লওক।

২. পৰ্যালোচনা সাপেক্ষে এই মৰ্মে সিদ্ধান্ত লোৱা হয় যে ১৮ নৱেম্বৰ, ২০১৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ কাউণ্টাৰেদি এছবিএন নগদ বিনিময়ৰ সীমা ২০০০ টকা হব। এই সুবিধা প্ৰতি ব্যক্তিৰ বাবে মাত্ৰ এবাৰকৈহে উপলব্ধ হব।

৩. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰিব।

আপোনাৰ বিশ্বাসী

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt