Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (89.00 kb ) version to your machine and then use respective software to print the story.
Date: 01/09/2015
আৰ টি জি এসৰ সময় সলনি উইন্ডো

আৰ্.বি.আই / ২০১৫-১৬ /  ১৬৮
ডি পি এচ এচ( কে. কা) আৰ টি জি এস নং. ৪৯২ /০৪.০৪.০০২ / ২০১৫-১৬

১ চেপ্তেম্বৰ, ২০১৫

মহোদয়/মহোদয়া,

আৰ টি জি এসৰ সময় সলনি উইন্ডো

বেংক সমুহৰ ২য় আৰু ৪ৰ্থ শনিবাৰ সমুহ  ১ চেপ্তেম্বৰ্, ২০১৫ ৰ পৰা বন্ধা ৰখা আৰু   কাৰ্য্যবাহী শনিবাৰ বোৰত বন্ধ ৰখাৰ আৰু কাৰ্য্যালয় খোলা থকা   শনিবাৰ সমুহত ৰিজাৰ্ভ বেংকৰ  সেৱা সন্দৰ্ভত প্ৰকাশিত ৰিজাৰ্ভ বেংকৰ  ২৮ আগষ্টৰ প্ৰেছ বিগ্গপ্তি নং ২০১৫-১৬ / ৫২৮  ৰ প্ৰতি দৃষ্টি  আকৰ্ষণ কৰা হ্’ল ।

২. তদনুসাৰে আৰ টি জি এস ৰ পৰিচালনা ২য় আৰু ৪ৰ্থ শনিবাৰবোৰত বন্ধ থাকিব কিন্তু অন্যান্য শনিবাৰসমুহত সম্পুৰ্ণদিন খোলা থাকিব । ভৱিষ্যত মূল্য সংযোজিত ২য় আৰু ৪ৰ্থ শনিবাৰৰ লেনা-দেনা

আৰ টি জি এসৰ  জৰিয়তে নহব ।

৩. আৰ টি জি এসৰ টাইম উইন্ডো ১ চেপ্তেম্বৰ্, ২০১৫  ৰ পৰা তলত  দিয়া ধৰণে কাৰ্য্যকৰী হব ।

ক্ৰমিক নং     সময় সূচী    মাহৰ ২য় আৰু ৪ৰ্থ শনিবাৰৰ বাদে শনবাৰসহ অন্যান্য দিনৰ  সময়্সূচী 
১. কাম কাজৰ আৰম্ভনি ৮:০০ বজা
২. আৰম্ভনি সংযোগবিহীন(গ্ৰাহকৰ লেনা-দেনা) ১৬:৩০ বজা
সম্পুৰ্ণ সংযোগবিহীন(বেংক সমুহৰ মাজৰ লেনা-দেনা) ১৯:৩০  বজা
৪. আই.ডি.এল ৰিভাৰ্চেল ১৯:৪৫  বজা
৫. দিনৰ সমাপ্তি ২০:০০  বজা

পেমেন্ট এন্ড চেটেলমেন্ট চিষ্টেম এক্টৰ ২০০৭চনৰ ১০(২) ধাৰা অনুযায়ী বিগ্গপ্তি প্ৰকাশিত ।

৫. প্ৰাপ্তি স্ৱীকাৰ কৰিব।

ভৱদীয়া

নিলিমা ৰামটেক.
মহা প্ৰবন্ধক্.

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt